স্বাস্থ্য সেৱা উৎসৱ-৩.০
SWASTHYA SEWA UTSAV-3.0

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Mission), অসমৰ সহযোগিতাত অসম চৰকাৰে স্বাস্থ্য সেৱা উৎসৱ-৩.০ আয়োজন কৰিছে।

স্বাস্থ্য সেৱা উৎসৱ-৩.০ ৰ বিশেষত্বসমূহঃ

  • ৰাষ্ট্ৰৰ ভিতৰতে প্ৰথম প্ৰকাৰৰ পদক্ষেপ
    • ই ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা প্ৰদান শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
  • স্বাস্থ্যসেৱাৰ ব্যৱধান চিনাক্তকৰণত গুৰুত্ব দিয়া
    • স্বাস্থ্যসেৱা সুবিধা উন্নত কৰাৰ বাবে ব্যৱস্থাটোত থকা ব্যৱধানসমূহ চিনাক্ত কৰে।
  • আই.পি.এইচ.এছ (IPHS) ২০২২-ৰ সৈতে অনুপালন
    • স্বাস্থ্যসেৱা সুবিধাসমূহ ভাৰতীয় জনস্বাস্থ্য মানদণ্ড (Indian Public Health Standards (IPHS)), ২০২২-ৰ সৈতে সংহতি স্থাপন কৰা হ’ব।
  • প্ৰতিষ্ঠানসমূহৰ ব্যাপক পৰিসৰ
    • সমগ্ৰ অসমত ১,৫৯৯ টা স্বাস্থ্য প্ৰতিষ্ঠান অন্তৰ্ভুক্ত কৰা হৈছেঃ
      • ২২ খন জিলা চিকিৎসালয়
      • ১৭খন মহকুমা অসামৰিক চিকিৎসালয়
      • ২১৬ টা সামূহিক স্বাস্থ্য কেন্দ্ৰ
      • 1১,০০৭ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
      • ১৭০ খন চাহ বাগিচা চিকিৎসালয়
      • ১৬৫ আয়ুষ্মান আৰোগ্য মন্দিৰ
      • ২ আয়ুষ চিকিৎসালয়
  • ৰোগী-কেন্দ্ৰিক পদ্ধতি
    • স্বাস্থ্যসেৱা উৎসৱ -৩.০ -এ ৰোগীসকলৰ বাবে ফলপ্ৰসূ, নিৰাপদ আৰু দক্ষ সেৱা প্ৰদান নিশ্চিত কৰে।
  • পূৰ্বৰ সফলতাৰ ওপৰত ভিত্তিশীল
    • ই স্বাস্থ্য সেৱা উৎসৱ-১.০ আৰু স্বাস্থ্য সেৱা উৎসৱ-২.০ৰ সফল ৰূপায়ণ অনুসৰণ কৰিব।
  • বিশিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা সংগঠিত
    • অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ নেতৃত্বত স্বাস্থ্য সেৱা উৎসৱ-৩.০ ৰূপায়িত হ’ব।
  • সময়ৰেখা
    • ২০২৪ চনৰ ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ তিনি দিন ধৰি অনুষ্ঠিত হৈছিল।

Leave a Reply