ভাৰতৰ উচ্চতম ন্যায়ালয়ে পৰম্পৰা ভংগ কৰি মহিলা ন্যায়াধীশ প্ৰতিমূৰ্তিৰ এক নৱ সংস্কৰণ উন্মোচন কৰিছে। আইনী ব্যৱস্থাত মহিলা ন্যায় প্ৰতিমূৰ্তি উৎপত্তি আৰু প্ৰতীক কি কি ? মহিলা ন্যায় প্ৰতিমূৰ্তিৰ উৎপত্তি আৰু প্ৰতীকসমূহঃ পৰিচয়ঃ ৰোমান সম্ৰাট অগাস্টাছ (Augustus)এ সৰ্বপ্ৰথম প্ৰৱৰ্তন কৰা মহিলা
নতুন মহিলা ন্যায় প্ৰতিমূৰ্তি
NEW LADY JUSTICE STATUE
