Category: GS III

আটাইতকৈ উত্তপ্ত বৰ্ষ হিচাপে অভিলেখ গঢ়িলে ২০২৪ – এ
2024 SET TO BE HOTTEST YEAR ON RECORD

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (World Meteorological Organization (WMO)) সতৰ্কবাণীঃ বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে যে গোলকীয় তাপমাত্ৰা অভূতপূৰ্ব স্তৰত উপনীত হোৱাৰ লগে লগে ২০২৪ বৰ্ষই এতিয়ালৈকে নথিভুক্ত আটাইতকৈ উষ্ণ বৰ্ষ হোৱাৰ পথত অগ্ৰসৰ হৈছে। ক’প-২৯ (COP29) জলবায়ু প্ৰতিবেদনঃ ৰাষ্ট্ৰসংঘৰ

Continue Reading →

ভাৰতৰ প্ৰথম দীৰ্ঘ-দূৰত্ব পৰিসৰৰ হাইপাৰছনিক মিছাইল
LONG RANGE HYPERSONIC MISSILE

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation (DRDO))-এ উৰিষ্যাৰ উপকূলৰ নিকটৱৰ্তী ড° এটি জে আব্দুল কালাম দ্বীপৰ পৰা ভাৰতৰ প্ৰথমটো দীৰ্ঘ দূৰত্বভেদী হাইপাৰছনিক মিছাইলৰ উৰণ পৰীক্ষা সফৰতাৰে সম্পন্ন কৰিছে। হাইপাৰছনিক মিছাইল এই ক্ষেপণাস্ত্রবোৰে কমেও মেক-৫ (Mach 5)

Continue Reading →

সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনে
Armed Forces (Special Powers) Act

কেন্দ্ৰই হিংসা-আক্ৰান্ত জিৰিবামকে ধৰি মণিপুৰৰ ছয়খন আৰক্ষী থানা অঞ্চলত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) পুনৰ আৰোপ কৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে চলিত জাতিগত হিংসাজনিত “নিৰন্তৰ অস্থিৰ পৰিস্থিতি” (continuous volatile situation)ৰ প্ৰতি লক্ষ্য ৰাখি আফ্স্পা বাহাল

Continue Reading →

মণিপুৰ সমস্যা
MANIPUR ISSUE

গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক আক্ৰমণ আৰু আইন-শৃংখলাজনিত সমস্যাৰ প্ৰতি সঁহাৰি জনাই মণিপুৰলৈ প্ৰায় ২,০০০ কৰ্মচাৰীৰে গঠিত ২০টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) কোম্পানী মোতায়েন কৰাৰ নিৰ্দেশ দিছে। শেহতীয়া গুলীয়াগুলি আৰু হতাহতিৰ ঘটনা বিগত সোমবাৰে নিৰাপত্তা বাহিনী আৰু

Continue Reading →

এন্টি-ডাম্পিং শুল্ক
ANTI-DUMPING DUTY

ভাৰতে মুখ্যতঃ আঠাযুক্ত উদ্যোগত (adhesive industry) ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ ওপৰত এন্টি-ডাম্পিং শুল্ক আৰোপ কৰিছে। প্ৰতি টন ৰাসায়নিক পদাৰ্থত ৫৫৭ আমেৰিকান ডলাৰ পৰ্যন্ত এন্টি-ডাম্পিং শুল্ক আৰোপ কৰা হৈছে। এই ৰাসায়নিক পদাৰ্থ চীন, কোৰিয়া আৰু থাইলেণ্ডৰ পৰা আমদানি কৰা হয়। এই শুল্ক

Continue Reading →

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী
CENTRAL ARMED POLICE FORCES

কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ মহিলা চি.আই.এছ.এফ. (CISF) (Central Industrial Security Force) (কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী) বেটেলিয়ন গঠনত অনুমোদন জনাইছে। এই বেটেলিয়নত ১,০০০ অধিক জোৱান থাকিব। ভিআইপি নিৰাপত্তা, বিমানবন্দৰ নিৰাপত্তা আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত চিআইএছএফৰ বৰ্ধিত দায়িত্বৰ প্ৰতি সঁহাৰি জনাই

Continue Reading →

বিদেশী পৰিক্ৰমা বিনিয়োগ
FOREIGN PORTFOLIO INVESTMENT

বিদেশী পৰিক্ৰমা বিনিয়োগ বিদেশী পৰিক্ৰমা বিনিয়োগৰ জৰিয়তে বিনিয়োগকাৰীসকলে বিদেশত বিভিন্ন বিত্তীয় সম্পত্তি যেনে, অংশপত্ৰ (ষ্টক)(stocks), খত (বণ্ড) (bonds), মিউচুৱেল ফাণ্ড (mutual funds), ডেৰিভেটিভ (derivatives) আৰু স্থায়ী জমা (fixed deposits) আঁচনি ক্ৰয় কৰে। উদ্দেশ্যঃ প্ৰধানকৈ দ্ৰুত লাভৰ বাবে বিদেশী অংশপত্ৰ বজাৰত

Continue Reading →

ৰাজহুৱা বিতৰণ ব্যৱস্থা
PUBLIC DISTRIBUTION SYSTEM

ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) হৈছে উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনত স্থাপিত এক ভাৰতীয় খাদ্য সুৰক্ষা ব্যৱস্থা (food security system) সুলভ মূল্যত খাদ্যশস্য বিতৰণৰ জৰিয়তে খাদ্য-শস্যৰ অভাৱ নিয়ন্ত্ৰণৰ এক ব্যৱস্থা হিচাপে ৰাজহুৱা বিতৰণ ব্যৱস্থা বিকশিত কৰা হৈছিল। ভাৰতত

Continue Reading →