Category: GS III

আইইউচিএন.-ৰ (IUCN) প্ৰথম গোলকীয় বৃক্ষ মূল্যায়ন
GLOBAL TREE ASSESSMENT

আই. ইউ. চি. এন. (IUCN)ৰ ৰেড লিষ্ট (Red List) উন্নীতকৰণৰ অংশ হিচাপে প্ৰথম গোলকীয় বৃক্ষ মূল্যায়ন প্ৰতিবেদনত বিশ্ব জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ ওপৰত আলোকপাত কৰা হৈছে। কলম্বিয়াৰ কেলিত অনুষ্ঠিত চিবিডি – ক’প ১৬ (CBD COP16) -ত প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ

Continue Reading →

ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন
BHARATIYA ANTARIKSH STATION (BAS)

ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন (ভাৰতীয় মহাকাশ আস্থান)-এ ভাৰতৰ এক থলুৱা, স্থায়ী মহাকাশ কেন্দ্ৰ স্থাপনৰ উচ্চাকাংক্ষাক প্ৰতিনিধিত্ব কৰে। উন্নত মহাকাশ অন্বেষণ আৰু ব্যৱহাৰত ভাৰতৰ প্ৰৱেশ চিহ্নিত কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) (ISRO)ই ভাৰতীয় মহাকাশ কেন্দ্ৰটিৰ পৰিকল্পনা প্ৰস্তাৱ কৰিছে। মহাকাশ বিজ্ঞানত ভাৰতৰ

Continue Reading →

চাইবাৰ অপৰাধ
CYBERCRIME

চাইবাৰ অপৰাধ কি? কম্পিউটাৰ অবৈধ কাৰ্যকলাপৰ লক্ষ্য বা সঁজুলি হৈ পৰা অপৰাধমূলক কাম-কাজক চাৰিবাৰ অপৰাধ বোলা হয়। ইয়াত প্ৰযুক্তিৰ শোষণ, ব্যক্তি, সংগঠন আৰু চৰকাৰক প্ৰভাৱিত কৰা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সাঙুৰি লোৱা হৈছে। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক অধিকাৰক্ষেত্ৰৰ

Continue Reading →

সেউজ আতচবাজী
GREEN CRACKERS

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দীপাৱলীৰ বাবে দিল্লীত কেৱল সেউজ আতচবাজীহে বিক্ৰী কৰা হ’বঃ সেউজ আতচবাজীৰ বিষয়ে সেউজ আতচবাজী হৈছে কম নিৰ্গমন হোৱা আতচবাজী, যি ছালফাৰ, নাইট্ৰেট, আৰ্ছেনিক, মেগনেছিয়াম, চডিয়াম, লেড আৰু বেৰিয়ামৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত, যাৰ ফলত

Continue Reading →

দিল্লীৰ বায়ুৰ গুণগত মান নিৰ্ধাৰণ
DETERIORATING AIR QUALITY OF DELHI’S AIR

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰত্যাহাৰ (withdrawal of the southwest monsoon) আৰু শীতকাল আৰম্ভ হোৱাৰ লগে লগে দিল্লী মহানগৰৰ বায়ুৰ মানদণ্ড অধিক নিকৃষ্ট হ’বলৈ আৰম্ভ কৰিছে। মহানগৰত একেৰাহে উচ্চ কণিকা পদাৰ্থ (high particulate matter)ৰ (পিএম ২.৫) স্তৰ ৩০০ তকৈ অধিক, “অতি দুৰ্বল”

Continue Reading →

কামৰূপ (মহানগৰ) ত ডেংগু সংক্ৰমণ বৃদ্ধি
RISE IN DENGUE CASES IN KAMRUP(METRO)

ডেংগু (Dengue) কি? ডেংগু হৈছে ফ্লেভিভাইৰাছ (Flavivirus) গণৰ (genus) অন্তৰ্গত ডেংগু ভাইৰাছৰ ফলত হোৱা মহজনিত-সংক্ৰামক ৰোগ। ই প্ৰাথমিকভাৱে এডিছ গণৰ ভিতৰত থকা কেইবাটাও প্ৰজাতিৰ মহিলা মহ, বিশেষকৈ এডিছ এজিপ্টিৰ (Aedes aegypti) জৰিয়তে সংক্ৰমিত হয়। এই মহটোৱে চিকুনগুনিয়া (chikungunya), হালধীয়া জ্বৰ

Continue Reading →

মানসৰ ৰাষ্ট্ৰীয় উদ্যানত ‘এছিয়াটিক সোণালী মেকুৰী (‘ASIATIC GOLDEN CAT’)ৰ অৱস্থিতি
PRESENCE OF ‘ASIATIC GOLDEN CAT’ RECONFIRMED IN MANAS NATIONAL PARK

মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়াটিক সোণালী মেকুৰীৰ পুনৰ নিশ্চিতকৰণ স্থানঃ মানস ৰাষ্ট্ৰীয় উদ্যান, অসম, ভাৰত। অংশগ্ৰহণকাৰীঃ অসম বন বিভাগ, আৰণ্যক আৰু ভাৰতৰ বিভিন্ন সংৰক্ষণবিদ। প্ৰজাতিঃ এছিয়াটিক সোণালী মেকুৰী (Asiatic golden cat) (Catopuma temminckii) এছিয়াটিক সোণালী মেকুৰীৰ বৈশিষ্ট্যঃ আকাৰ : মধ্যমীয়া আকাৰৰ

Continue Reading →

মুদ্ৰাস্ফীতি
INFLATION

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে চলিত মাহৰ মুদ্ৰানীতি সমিতিৰ (Monetary Policy Committee (MPC)) বৈঠকত সুতৰ হাৰ (interest rates) সালসলনি নকৰা যুক্তি সন্দৰ্ভত ব্যক্ত কৰে যে ভাৰতে মুদ্রাস্ফীতিৰ আন এক বিপদাশংকাৰ সন্মুখীন হ’ব নোৱাৰে। মুদ্ৰাস্ফীতি মুদ্ৰাস্ফীতিৰ অৰ্থ হৈছে এটা অৰ্থনীতিত

Continue Reading →