বঁটা প্ৰাপক : জাপানী সংস্থা নিহোন হিডানকিয়োক (Nihon Hidankyo) কাৰণঃ এই সংস্থাটোৱে পাৰমাণৱিক অস্ত্ৰ-মুক্ত এখন পৃথিৱীৰ হকে নিৰৱিচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। সদস্যসকলঃ ১৯৪৫ চনত হিৰোচিমা আৰু নাগাচাকিত হোৱা পৰমাণু বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা লোকসকলে মিলি এই সংস্থাটো গঠন কৰিছে,
২০২৪ ‘শান্তি’ৰ নবেল বঁটা
2024 NOBEL PEACE PRIZE
