অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০ ৰ লক্ষ্য হৈছে ৫০,০০০ টকাৰ ৰাজসাহায্যৰ জৰিয়তে শিক্ষা ঋণৰ বিত্তীয় চাপ হ্ৰাস কৰি অসমৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱা। উদ্দেশ্যঃ শিক্ষা ঋণৰ ওপৰত ৫০,০০০ টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰি শিক্ষাৰ্থী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ
অভিন্দন আঁচনি
ABHINANDAN SCHEME
