বৃহৎ প্ৰযুক্তি বা বিগ টেক খণ্ডত সংঘটিত বিক্ষিপ্ত ছাঁটাইৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক দোষাৰোপ কৰা উচিত নেকি? এলফাবেট (গুগল) (Alphabet (Google)), মেটা (Meta), আমাজন (Amazon) আৰু মাইক্ৰ’ছফ্ট (Microsoft) ৰ দৰে কোম্পানীসমূহত প্ৰযুক্তিগত চাকৰিৰ পৰা অপসাৰণ বা ছাটাইৰ মাত্ৰা বৃদ্ধি পাইছে। এনে
বৃহৎ প্ৰযুক্তিত বিক্ষিপ্ত ছাঁটাইৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ নেতৃত্ব
AI LEADING TO SPORADIC LAYOFFS IN BIG TECH
