দিল্লীৰ ডিডিএ যমুনা জৈৱ বৈচিত্ৰ্য উদ্যানত (DDA Yamuna Biodiversity Park) ৰাউটনছ্ ফ্ৰী-টেইল্ড বাদুলি নামৰ এক বিৰল বাদুলিৰ প্ৰজাতি দেখা পোৱা গৈছে। ৰাউটন’ছ্ ফ্ৰী-টেইল্ড বেট প্ৰজাতিৰ নামঃ ৰাউটন’ছ্ ফ্ৰী-টেইল্ড বাদুলি, মোলোচাছ বাদুলি (molossus bat) পৰিয়ালৰ এক অতি বিৰল প্ৰজাতি। বাসস্থানৰ বিতৰণঃ
ৰাউটন’ছ্ ফ্ৰী-টেইল বাদুলি
WROUGHTON’S FREE-TAILED BAT
