অসমীয়া মুছলমানসকল বৃহত্তৰ অসমীয়া সম্প্ৰদায়ৰ এক অবিচ্ছেদ্য অংগ। অন্যান্য মুছলমান সম্প্ৰদায়ৰ তুলনাত তেওঁলোকৰ ৰীতি-নীতি, খাদ্যাভ্যাস, মেজাজ আৰু উদাৰ দৃষ্টিভংগী পৃথক। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱাৰ দৰে, অসমীয়া মুছলমানসকল অসমীয়া জনসংখ্যাৰ আধা। প্ৰখ্যাত বুৰঞ্জীবিদ ড° সূৰ্য কুমাৰ ভূঞাই আহোম ৰাজত্বকালত খিলঞ্জীয়া মুছলমানসকলৰ
অসমীয়া মুছলমান সম্প্ৰদায়
ASSAMESE MUSLIM COMMUNITY
