ভাৰতনেটে অপ্টিকেল ফাইবাৰ, অনাতাঁৰ আৰু উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি ২.১৪ লাখতকৈও অধিক গ্ৰাম পঞ্চায়তক সংযোগ কৰাত সহায় কৰিছে। যোগাযোগ মন্ত্ৰালয়ৰ অধীনত ২০১১ চনত আৰম্ভ কৰা ভাৰতনেটৰ লক্ষ্য হৈছে প্ৰতিখন গ্ৰাম পঞ্চায়ত (Gram Panchayat (GP)) ক সুলভ উচ্চ গতিৰ ইণ্টাৰনেট প্ৰদান
ভাৰত নেট
BHARAT NET
