কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপুৰ্ণা দেৱীয়ে বুধবাৰে অৱগত কৰে যে ২০০৬ চনত বাল্য বিবাহ প্ৰতিৰোধ আইন প্ৰৱৰ্তন (Prevention of Child Marriage Act)ৰ পিছত ২০১৯-২১ বৰ্ষত ভাৰতত বাল্য বিবাহৰ হাৰ ৪৭.৪ শতাংশৰ পৰা ২৩.৩ শতাংশলৈ হ্ৰাস পাইছে। ৭ খন
শিশু বিবাহ (বিশেষ দৃষ্টিপাত : অসম)
CHILD MARRIAGE (SPECIAL FOCUS: ASSAM)
