পূব তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীৰ য়াৰলুং চাংপো উপত্যকাত ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তাৱিত চীনা বৃহৎ বান্ধৰ ফলত অসম আৰু অৰুণাচল প্ৰদেশত ধ্বংসাত্মক পৰিণতিৰ উদ্ভৱ হ’ব পাৰে। ব্ৰহ্মপুত্ৰত প্ৰস্তাৱিত চীনা বান্ধৰ প্ৰভাৱ বাৰিষাকালত বানপানীৰ আশংকাঃ চীনে বান্ধৰ পৰা অতিৰিক্ত পানী মুকলি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নদীবান্ধ
CHINESE DAM ON BRAHMAPUTRA
