সম্প্ৰতি কলম্বিয়াৰ কালীত জৈৱ বৈচিত্ৰ্য সন্মিলন (Convention on Biological Diversity (CBD)) ৰ ১৬ সংখ্যক গোষ্ঠী অভিৱৰ্তন (Conference of Parties (COP16)) অনুষ্ঠিত হৈ আছে। ক’প-১৬ ৰ লক্ষ্য হৈছে বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰা। জৈৱ বৈচিত্ৰ্য
ক’প-১৬
COP16
