আৰবীয় ৰাষ্ট্ৰ কাটাৰে আৰবী ভাষাত “উদাৰতা” (generosity) অৰ্থাৎ নামকৰণ কৰা ঘূৰ্ণীবতাহ ডানা, প্ৰত্যাশিত প্ৰচণ্ড বৰষুণ আৰু তীব্ৰ বতাহৰ সৈতে উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ সমীপত অৱস্থান কৰিছিল। নিম্ন চাপ অঞ্চলৰ চাৰিওফালে দ্ৰুত বায়ু সঞ্চালনৰ ফলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহসমূহক ক্ৰান্তীয় (tropical) আৰু অতি-ক্ৰান্তীয়
চাইক্লন ডানা
CYCLONE DANA
