Tag: Dakhinpat Satra

দক্ষিণপাট সত্ৰ
(Dakhinpat Satra)

দক্ষিণপাট সত্ৰ (Dakhinpat Satra) প্ৰতিষ্ঠাকাল আৰু নামকৰণ মাজুলীৰ দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। এই সত্ৰৰ শিষ্যৰ সংখ্যা বাকী ৰাজসত্ৰকেইখনৰ  ভিতৰত আটাইতকৈ বেছি। এই সত্ৰভাগ আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। জয়ধ্বজসিংহই

Continue Reading →