প্ৰধানমন্ত্ৰী জন ধন যোজনা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিত্তীয় অন্তৰ্ভুক্তি অভিযানৰ (National Mission for Financial Inclusion)ৰ অধীনত ২০১৪ চনৰ ২৮ আগষ্টত প্ৰধানমন্ত্ৰী জন ধন যোজনা (Pradhan Mantri Jan Dhan Yojana (PMJDY)) আৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে বেংকিং সুবিধাসমূহৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ প্ৰদান
বিত্তীয় অন্তৰ্ভুক্তি (FINANCIAL INCLUSION)ৰ দশক
DECADE OF FINANCIAL INCLUSION
