ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) ডি ৱাই চন্দ্ৰচূড়ে সংবিধানৰ গতিশীল প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যক্ত কৰে যে কোনো প্ৰজন্মই ইয়াৰ ব্যাখ্যাৰ ওপৰত একচেটিয়া কৰ্তৃত্ব দাবী কৰিব নোৱাৰে (no generation may claim exclusive authority over its interpretation)। আমেৰিকাৰ মৌলিকতাবাদ দৰ্শনৰ (originalism
সংবিধানৰ গতিশীল (Dynamic) প্ৰকৃতি
DYNAMIC NATURE OF THE CONSTITUTION
