উচ্চতম ন্যায়ালয়ৰ গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰই “ভাৰতত কাৰাগাৰঃ কাৰাগাৰ হাতপুথিৰ মানচিত্ৰণ আৰু সংস্কাৰ আৰু ভিৰ হ্ৰাসৰ বাবে ব্যৱস্থা” (“Prisons in India: Mapping Prison Manuals and Measures for Reformation and Decongestion.) শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াত কাৰাগাৰত বন্দীসকলৰ অত্যধিক ভিৰ
বন্দীসকলৰ বৈদ্যুতিক নিৰীক্ষণ
ELECTRONIC MONITORING OF PRISONERS
