উচ্চতম ন্যায়ালয়ে বুধবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক (National Highways Authority of India (NHAI)) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা প্ৰায় ৩৪ কিলোমিটাৰ বিস্তাৰিত প্ৰস্তাৱিত এলিভেটেড কৰিডৰটোৰ (elevated corridor) কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে গুৰুত্ব আৰোপ কৰি ব্যক্ত কৰে যে বন্যপ্ৰাণী-অনুকূল
কাজিৰঙাত এলিভেটেড কৰিডৰ
ELEVATED CORRIDOR
