পৰিচয়ঃ সংবিধানৰ পিতৃতান্ত্রিক গঠন ভাৰতীয় সংবিধানৰ “প্ৰতিষ্ঠাপক পিতৃসকল” (founding fathers) শব্দটোৱে “প্ৰতিষ্ঠাপক মাতৃসকল” (founding mothers)ৰ অৱদানক উপেক্ষা কৰি পিতৃত্ববাদী (patriarchal) আৰু পিতৃতান্ত্ৰিক (paternalistic) গাঁথনিৰ ওপৰত আলোকপাত কৰে। সংবিধান সভাত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিধানমণ্ডলৰ অভ্যন্তৰত আৰু বৰ্হিঃক্ষেত্ৰত নাৰীবাদী আন্দোলনক আগুৱাই
ভাৰতৰ সাংবিধানিক বাগ্ধাৰাত নাৰীবাদী মতবাদ
FEMINIST IDEOLOGY IN INDIA’S CONSTITUTIONAL DISCOURSE
