“এক ন্যায়সংগত বিশ্ব আৰু এক বহনক্ষম গ্ৰহ নিৰ্মাণ” (Building a Just World and a Sustainable Planet) শীৰ্ষক বিষয়বস্তুৰ অধীনত ১৯ সংখ্যক জি-২০ সন্মিলন ব্ৰাজিলৰ ৰিঅ ‘ডি জেনেইৰোত অনুষ্ঠিত হৈছিল। ভাৰতৰ অংশগ্ৰহণঃ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উক্ত সন্মিলনত বহনক্ষম উন্নয়ন আৰু শক্তি পৰিৱৰ্তন
জি-২০ ৰিঅ’ ডি জেনেইৰো’ নেতৃত্ববৃন্দৰ ঘোষণাপত্ৰ
G20 RIO DE JANEIRO LEADERS’ DECLARATION
