এক চৰকাৰী প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত ২০১১ চনৰ পৰা ২০২৪ চনলৈকে হিমালয় অঞ্চলৰ হিমবাহ হ্ৰদ আৰু জলাশয়সমূহৰ এলেকা ১০.৮১ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী (Glacial Lake Outburst Floods (GLOFs)) ৰ আশংকা বৃদ্ধি পাইছে। পি. টি.
হিমবাহীয় হ্ৰদ
GLACIAL LAKES
