২০২৪ চনৰ গোলকীয় ক্ষুধা সূচকাংক (GHI)ত ১২৭ খন দেশৰ ভিতৰত ভাৰত ১০৫ নম্বৰ স্থানত আছে, যাৰ ফলত ইয়াক ক্ষুধা-স্তৰৰ “গুৰুতৰ” (serious) শ্ৰেণীত ৰখা হৈছে। গোলকীয় ক্ষুধা সূচক গোলকীয় ক্ষুধা সূচক হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপকভাৱে ক্ষুধা পৰিমাপ আৰু
গোলকীয় ক্ষুধা সূচক
GLOBAL HUNGER INDEX
