দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰ আলোচনা সমিতিৰ (UN Intergovernmental Negotiating Committee (INC-5)) পঞ্চম বৈঠকত প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন চুক্তিৰ ওপৰত ঐক্যমতত উপনীত হ’ব পৰা নাছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ লক্ষ্যঃ ২০২২ চনত নাইৰোবিত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাৰ প্ৰস্তাৱত (UN Environment
গোলকীয় প্লাষ্টিক চুক্তি
GLOBAL PLASTIC TREATY
