Tag: GS-II

ভাৰত-কুৱেইট সম্পৰ্ক
INDIA-KUWAIT RELATIONS

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে কুৱেইট ভ্ৰমণ কৰে। ঐতিহাসিক গুৰুত্বঃ এই ভ্ৰমণ বিগত ৪৩ বছৰৰ অন্তত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণৰূপে চিহ্নিত হ’ব। ১৯৮১ চনত ইন্দিৰা গান্ধীয়ে অন্তিমবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল। ২০১৩ চনত কুৱেইটৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োখন

Continue Reading →

যুটীয়া সংসদীয় সমিতি
JOINT PARLIAMENTARY COMMITTEE (JPC)

একেলগে যুক্তৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনৰ প্ৰস্তাৱ আগবঢ়োৱা ১২৯ তম্ সংবিধান সংশোধনী বিধেয়ক খন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে। যুটীয়া সংসদীয় সমিতিৰ মুখ্য বিৱৰণসমূহ যুটীয়া সংসদীয় সমিতি হৈছে প্ৰস্তাৱিত আইন বা নীতিগত বিষয়সমূহৰ দৰে নিৰ্দিষ্ট বিষয়সমূহ বিশদভাৱে

Continue Reading →

পৰীক্ষাৰ অনৈতিক পন্থা
EXAM MALPRACTICE

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠিত সাতজনীয়া সমিতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা “স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ” (“transparent, smooth and fair”) পদ্ধতিৰে অনুষ্ঠিত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ক ১০১টা পৰামৰ্শ আগবঢ়াইছে। পৰীক্ষাত অৱলম্বিত অনৈতিক পন্থা/আচৰণৰ কাৰণসমূহ উচ্চ স্তৰঃ শীৰ্ষ প্ৰতিষ্ঠানসমূহত নামভৰ্তি

Continue Reading →

নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰা
SECTION 6A OF THE CITIZENSHIP ACT

পটভূমিঃ অসম চুক্তি আৰু ৬ (ক) ধাৰাৰ প্ৰৱৰ্তন ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মাজত স্বাক্ষৰিত অসম চুক্তিৰ পিছত ১৯৮৫ চনত নাগৰিকত্ব আইনত ৬ (ক) ধাৰা যোগ কৰা হৈছিল। অসম চুক্তি আছিল বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে

Continue Reading →

সুষম দেৱানী বিধি
Uniform Civil Code (UCC)

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° বি আৰ আম্বেদকাৰৰ আৰু কে এই মুন্সীৰ মতামতৰ কথা স্মৰণ কৰি সুষম দেৱানী বিধি (UCC) ৰূপায়ণৰ পোষকতা কৰিছিল। সুষম দেৱানী বিধি কি? সুষম দেৱানী বিধিয়ে সকলো ভাৰতীয় নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, দত্তক গ্ৰহণ, উত্তৰাধিকাৰ

Continue Reading →

আটাইতকৈ প্ৰিয় ৰাষ্ট্ৰ
MOST FAVOURED NATION

ছুইজাৰলেণ্ডে শেহতীয়াকৈ নেছলে (Nestle)ৰ সৈতে জড়িত এক বিৰূপ কৰ গোচৰত (adverse tax case) উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত দ্বৈত কৰ পৰিহাৰ চুক্তিৰ মৰ্যাদাৰ (Double taxation avoidance agreement status) ভাৰতৰ আটাইতকৈ অনুকূল ৰাষ্ট্ৰ (Most Favoured Nation (MFN)) দফা প্রত্যাহাৰ কৰিছে। সর্বাধিক অনুকূল

Continue Reading →

বিচাৰকসকলৰ ওপৰত মহাভিযোগ
IMPEACHMENT OF JUDGES

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এজন ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ বিৰুদ্ধে এক ধৰ্মীয় অনুষ্ঠানত বিতৰ্কিত, সাম্প্ৰদায়িকভাৱে অভিযুক্ত মন্তব্য আগবঢ়োৱা সন্দৰ্ভত এক মহাভিযোগৰ প্ৰস্তাৱ বিবেচনাধীন হৈ আছে। ই ন্যায়িক উপযুক্ততা (judicial propriety)ৰ বিষয়ে উদ্বেগ উত্থাপন কৰিছে। ভাৰতত ন্যায়াধীশসকলৰ বাবে মহাভিযোগ প্ৰক্ৰিয়া মহাভিযোগ

Continue Reading →

লোক-আদালত
LOK ADALAT

লোক আদালতঃ জনসাধাৰণৰ আদালত লোক আদালতৰ অৰ্থ হৈছে গান্ধীবাদী নীতিৰ ওপৰত আধাৰিত “জনসাধাৰণৰ আদালত” (People’s Court)। উচ্চতম ন্যায়ালয়ে বিবাদ নিষ্পত্তিৰ এক প্ৰাচীন ভাৰতীয় ব্যৱস্থা হিচাপে স্বীকৃতিপ্ৰাপ্ত এই ব্যৱস্থাটো আজিও বৈধ। ই অনানুষ্ঠানিক, ব্যয়বহুল আৰু দ্ৰুত ন্যায় প্ৰদান কৰা বিকল্প বিবাদ

Continue Reading →