Tag: GS-II

ৰাষ্ট্ৰৰ সমূহ ব্যক্তিগত সম্পত্তি অধিগ্ৰহণৰ অধিকাৰ নাইঃ উচ্চতম ন্যায়ালয়
STATE HAS NO RIGHT TO ACQUIRE EVERY PRIVATE PROPERTY: SC

উচ্চতম ন্যায়ালয়ৰ নজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে ২০২৫ চনৰ ৫ নৱেম্বৰত ৰায়দান দিছিল যে সংবিধানৰ অনুচ্ছেদ নং ৩৯ (খ) অনুসৰি ৰাষ্ট্ৰই সকলো ব্যক্তিগত মালিকানাধীন সম্পত্তি “সম্প্ৰদায়ৰ বস্তুগত সম্পদ” (material resources of the community) বুলি বিবেচনা কৰি অধিগ্ৰহণ আৰু পুনৰ বিতৰণ কৰিব

Continue Reading →

আমেৰিকাৰ সাধাৰণ নিৰ্বাচন
US ELECTION

আমেৰিকা যুক্তৰাষ্ট্ৰই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ইয়াৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ প্ৰস্তুতি চলাই অহাৰ অন্তত বিগত ৫ নৱেম্বৰ, ২০২৪ ইং তাৰিখে ইলেক্ট্ৰ’ৰেল কলেজৰ (Electoral College) ভোটদান অনুষ্ঠিত হৈ যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলেক্ট্ৰ’ৰেল কলেজ ব্যৱস্থা উদ্দেশ্য আৰু কাৰ্য ইলেক্ট্ৰ’ৰেল কলেজে আনুষ্ঠানিকভাৱে

Continue Reading →

মুদ্ৰা প্ৰক্ষালন প্ৰতিৰোধ আইন
PMLA ACT

উচ্চতম ন্যায়ালয়ে অলপতে ৰায় দিয়ে যে দুৰ্বলতা (sickness) আৰু শক্তিহীনতা(infirmity)ৰ বৈধ ভিত্তিত মুদ্ৰা প্ৰক্ষালন প্ৰতিৰোধ আইনৰ ক্ষেত্ৰত জামিন প্ৰদান কৰিব পাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই ৰায়দান প্ৰদান কৰে। মুদ্ৰা প্ৰক্ষালন (Money Laundering)

Continue Reading →

ভাৰতীয় শিশুৰ মাজত খাদ্য বৈচিত্ৰ্যৰ অনুপস্থিতি
ABSENCE OF DIETARY DIVERSITY IN INDIAN CHILDREN

শেহতীয়া এক অধ্যয়নত উল্লেখ কৰা হৈছে যে ৬-২৩ মাহ বয়সৰ ৭৭% ভাৰতীয় শিশুৱে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) খাদ্য বৈচিত্ৰ্যগত মানদণ্ড পূৰণত ব্যৰ্থ হয়। বছৰ বছৰ ধৰি সামান্য অগ্ৰগতি লাভ কৰা স্বত্ত্বেও, খাদ্যৰ বৈচিত্ৰ্যৰ অভাৱ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈয়েই আছে, য’ত

Continue Reading →

সাংসদৰ স্থানীয় সংসদীয় ক্ষেত্ৰ উন্নয়ন আঁচনি
MEMBER OF PARLIAMENT LOCAL AREA DEVELOPMENT SCHEME (MPLADS)

১৯৯৩ চনত আৰম্ভ কৰা সাংসদৰ সংসদীয় স্থানীয় ক্ষেত্ৰ উন্নয়ন আঁচনি-এ সাংসদসকলক স্থানীয়ভাৱে অনুভৱ কৰা প্ৰয়োজনীয়তাবোৰ সম্বোধন কৰি তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত উন্নয়নমূলক প্ৰকল্পৰ পৰামৰ্শ দিবলৈ অনুমতি আগবঢ়ায়। স্থানীয় উন্নয়নৰ এক সঁজুলি হিচাপে প্ৰশংসা কৰাৰ বিপৰীতে ই সাংবিধানিক নীতি, দায়বদ্ধতাৰ অভাৱ আৰু

Continue Reading →

ন্যায়পালিকাত মহিলাৰ অল্প-প্ৰতিনিধিত্ব
UNDER-REPRESENTATION OF WOMEN IN JUDICIARY

বিভিন্ন স্তৰত মহিলা ন্যায়াধীশৰ অনুপাতত উল্লেখযোগ্য বৈষম্যৰ সৈতে ভাৰতৰ ন্যায়পালিকাত মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট তাকৰ। জিলা ন্যায়পালিকাত মহিলাৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু অগ্ৰগতি পৰিলক্ষিত হোৱাৰ স্বত্ত্বেও মহিলাসকলে আইনী বৃত্তিৰ ভিতৰত প্ৰৱেশ কৰা, অগ্ৰসৰ হোৱা আৰু সমৃদ্ধি লাভ কৰাৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন

Continue Reading →

গোপনীয়তাৰ অধিকাৰ
RIGHT TO PRIVACY

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে এছ পুট্টস্বামীৰ বেংগালুৰুত ৯৮ বছৰ বয়সত মৃত্যু হয়। আধাৰ আঁচনিখনক প্ৰত্যাহ্বান জনোৱা আৰু মৌলিক অধিকাৰ হিচাপে গোপনীয়তাক সমৰ্থন কৰাৰ ক্ষেত্ৰত ন্যায়াধীশ হিচাপে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ পৰিচিত আছিল। আধাৰ প্ৰত্যাহ্বানঃ ন্যায়াধীশ পুট্টস্বামীয়ে

Continue Reading →

মুখ্য ন্যায়াধীশৰ নিযুক্তি
APPOINTMENT OF CJI

এসপ্তাহ পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দিয়া পৰামৰ্শ অনুসৰি কেন্দ্ৰই ২৪ অক্টোবৰত ন্যায়াধীশ সঞ্জীৱ খান্নাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ (Chief Justice of India (CJI)) হিচাপে নিযুক্তি দিয়ে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ খান্নাই মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ অৱসৰৰ এদিন পিছত, ১১

Continue Reading →