গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগে ৫ নৱেম্বৰত পুৱা ১১ বজাত ফণীধৰ দত্ত আলোচনা প্ৰেক্ষাগৃহত ত তৃতীয় হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছিল। সন্মানীয় সাংবাদিক, লেখক আৰু মানৱ অধিকাৰ কৰ্মী সঞ্জয় হাজৰিকাই এই বক্তৃতা প্ৰদান কৰিছিল। হোমেন বৰগোহাঞিৰ পটভূমি প্ৰাৰম্ভিক জীৱন আৰু
হোমেন বৰগোহাঞি
HOMEN BORGOHAIN
