ঐতিহাসিক পটভূমিঃ প্ৰাক্-স্বাধীনতা কালত ১৯৩১ চনৰ লোকপিয়ল মহাপৰিদৰ্শক (Census Superintendent) চি এছ মূলানে (CS Mullan) তেতিয়াৰ পূৰ্ব-বংগৰ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা অসমলৈ অবাধ হাৰত প্ৰব্ৰজনকাৰীৰ আগমনৰ বিষয়ে সতৰ্কতা প্ৰকাশ কৰা সময়ৰে পৰাই অসমত অবৈধ প্ৰব্ৰজনৰ বিষয়টো সম্পৰ্কে উদ্বেগ সৃষ্টি হৈ আহিছে।
অবৈধ অনুপ্ৰবেশকাৰীৰ সমস্যা
IMPACTS OF ILLEGAL INFLUX
