ভাৰত আৰু ইটালীয়ে এক উচ্চাকাংক্ষী পাঁচ বছৰীয়া কৌশলগত কাৰ্য পৰিকল্পনা (২০২৫-২০২৯)ৰ সূত্ৰপাত কৰিছে। ব্ৰাজিলত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ মাজত অনুষ্ঠিত বিস্তাৰিত আলোচনাৰ পৰা এই কাৰ্য পৰিকল্পনাৰ উদ্ভৱ হৈছিল। কাৰ্য পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ দিশসমূহ
ভাৰত-ইটালীৰ ৫ বছৰীয়া কৌশলগত পৰিকল্পনা
INDIA-ITALY 5 YEAR STRATEGIC PLAN
