ভাৰত আৰু ইটালীৰ মাজত এক ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা আৰু কৌশলগত ক্ষেত্ৰত এক গতিশীল অংশীদাৰীত্ব (dynamic partnership) বিদ্যমান আৰু শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ মাজত এই সহযোগিতা সহযোগিতা ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে। দুয়োখন ৰাষ্ট্ৰই তেওঁলোকৰ সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বলৈ (Strategic Partnership) উন্নীত
ভাৰত-ইটালী দ্বিপাক্ষিক সম্পৰ্ক
INDIA-ITALY RELATIONS
