সিন্ধু জল চুক্তি (IWT) ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল। ই সিন্ধু নদী আৰু ইয়াৰ উপনদী-শতদ্রু, বিপাশা, ৰবি, ঝিলাম আৰু চেনাবৰ ব্যৱহাৰৰ ওপৰত দ্বিপাক্ষিক সহযোগিতা স্থাপন কৰিছিল। সিন্ধু জল চুক্তিৰ মূল
সিন্ধু জল চুক্তি
INDUS WATER TREATY
