মিজোৰামক বংগোপসাগৰৰ সৈতে সংযোগ কৰিব পৰা উচ্চাভিলাষী কালাদান মাল্টি-মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প (Kaladan Multi-Modal Transit Transport Project (KMTTP)) ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি বৈদেশিক পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে অৱগত কৰে। পৰিচয় কালাদান
কালাদান বহুমুখী প্ৰকল্প
KALADAN MULTIMODAL PROJECT
