কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা কৃষকসকলক সুৰক্ষিত কৰাৰ লক্ষ্যৰে ভাৰতৰ প্ৰথমটো প্ৰকাৰৰ কীটনাশক প্ৰতিৰোধী দেহ-আৱৰণ কিষাণ কৱচ মুকলি কৰে। কিষাণ-কৱচ কিষাণ-কৱচ হৈছে কৃষকসকলক কীটনাশকৰ বিষাক্ততাৰ পৰা সুৰক্ষিত কৰাৰ বাবে নক্সা কৰা এটা ধুব পৰা আৰু পুনৰ
কিষাণ কৱচ
KISAN KAWACH
