Tag: Lakshminath Bezbarua

লক্ষ্মীনাথ বেজবৰুৱা
(Lakshminath Bezbarua)

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) অসমৰ জাতীয় সংগীতৰ সৃষ্টিকৰ্তা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ  অন্যতম প্ৰাত:স্মৰণীয় ব্যক্তি। তেখেতৰ কলমৰ স্পৰ্শত জীপাল হৈ উঠিছিল অসমীয়া সাহিত্যৰ পথাৰ, সৃষ্টি হৈছিল বহু আপুৰুগীয়া ৰচনা। ১৮৬৪ চনৰ ১৯ নবেম্বৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ নিশা মহাবাহুৰ বুকুত

Continue Reading →