ভাৰতীয় প্ৰক্ষাপটত এক বিতৰ্কিত বিষয় হিচাপে, বৈবাহিক ধৰ্ষণৰ প্ৰসংগই, বিবাহৰ অভ্যন্তৰত সন্মতিহীন যৌন সম্পৰ্ক (non-consensual sex)ৰ স্বীকৃতি আৰু অপৰাধীকৰণ কাৰ্য সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি কৰিছে। শেহতীয়া ঘটনাসমূহে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্যকলাপ হিচাপে গণ্য কৰা উচিত নে নাই সেই সন্দৰ্ভত চৰকাৰৰ স্থিতি
বৈবাহিক ধৰ্ষণ
MARITAL RAPE
