বঁটা প্ৰাপকঃ ২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা প্ৰাপক ভিক্টৰ এম্ব্ৰছ (Victor Ambros) (মেছাচুচেটছ বিশ্ববিদ্যালয়) আৰু গেৰী ৰুভকুণ (Gary Ruvkun) (হাৰ্ভাৰ্দ মেডিকেল স্কুল) দুয়োজনেই জীনবিদ্যা (genetics) আৰু আণৱিক জীৱবিজ্ঞান (Molecular Biology ) বিশিষ্ট বিজ্ঞানী। আৱিষ্কাৰৰ স্বীকৃতি: তেওঁলোকৰ বৈজ্ঞানিক গৱেষণাই মাইক্ৰ’আৰ.
২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা
NOBEL PRIZE IN MEDICINE 2024
