কেন্দ্ৰীয় কেবিনেটে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া একত্ৰিত মঞ্চৰ অধীনত চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক (HEIs) ১৩,০০০ পাণ্ডিত্যপূর্ণ পত্ৰিকা (scholarly journals) প্ৰদানৰ ‘এক ৰাষ্ট্ৰ এক বৰঙণি’ পদক্ষেপৰ বাবে ৬,০০০ কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। সাম্প্ৰতিক পৰিস্থিতি প্ৰৱেশাধিকাৰ পদ্ধতিঃ উচ্চ
এক ৰাষ্ট্ৰ এক বৰঙণি
ONE NATION ONE SUBSCRIPTION
