আয়কৰ বিভাগে (Income Tax Department) পান ২.০ নামৰ এক নতুন সংস্কৰণ সৃষ্টিৰ জৰিয়তে স্থায়ী একাউণ্ট নম্বৰ (Permanent Account Number (PAN)) ত আপগ্ৰেড (upgrade) প্ৰৱৰ্তন কৰিছে। নৱ-উন্নীতকৃত সুবিধাসমূহৰ ভিতৰত আছে – নতুন আৰু বিদ্যমান কাৰ্ডসমূহৰ বাবে কিউ.আৰ.ক’ডযুক্ত (QR code) বৈশিষ্ট্যসমূহ। সম্পূৰ্ণ
পান ২.০
PAN 2.0
