২০২৪ চনৰ ৬ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে উচ্চ শিক্ষা গ্ৰহণ কৰা যোগ্য ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সাহায্য প্ৰদানৰ বাবে প্ৰস্তুত কৰা এক কেন্দ্ৰীয় খণ্ডৰ পদক্ষেপ (Central Sector initiative) প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছিল। প্ৰধানমন্ত্ৰী বিদ্যালয়লক্ষ্মী আঁচনি উদ্দেশ্যঃ প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় বাধা দূৰ
প্ৰধানমন্ত্ৰী-বিদ্যালক্ষ্মী
PM-VIDYALAXMI
