উচ্চতম ন্যায়ালয়ে অলপতে ৰায় দিয়ে যে দুৰ্বলতা (sickness) আৰু শক্তিহীনতা(infirmity)ৰ বৈধ ভিত্তিত মুদ্ৰা প্ৰক্ষালন প্ৰতিৰোধ আইনৰ ক্ষেত্ৰত জামিন প্ৰদান কৰিব পাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই ৰায়দান প্ৰদান কৰে। মুদ্ৰা প্ৰক্ষালন (Money Laundering)
মুদ্ৰা প্ৰক্ষালন প্ৰতিৰোধ আইন
PMLA ACT
