আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী পিতৃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত ১৭৮২ চনৰ এপ্ৰিল মাহত পূৰ্ণানন্দ ডাঙৰীয়াই ‘বুঢ়াগোহাঁই’ হিচাপে নিযুক্তি লাভ কৰে।পূৰ্ণানন্দ বুঢ়াগোহাঁই ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈকে প্ৰায় ৩৪বছৰ কাল আহোম ৰাজ্যৰ বুঢ়াগোহাঁই (প্ৰধানমন্ত্ৰী) পদত অধিষ্ঠিত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই (Purnananda Burhagohain)
পূৰ্ণানন্দ বুঢ়াগোহাঁই
(Purnananda Burhagohain)
