প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰৰ (Delaware) উইলমিংটন (Wilmington), অনুষ্ঠিত ষষ্ঠ কোৱাড লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰে। কোৱাড কি? কোৱাড (চতুৰ্ভুজ সুৰক্ষা আলোচনা)(Quadrilateral Security Dialogue) হৈছে চাৰিখন প্ৰধান গণতান্ত্ৰিক ৰাষ্ট্ৰ – ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ এক কৌশলগত গোট। ইয়াৰ লক্ষ্য
কোৱাড
QUAD
