নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায় ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইন, ১৯৫৫-ৰ ৬(ক) ধাৰাৰ বৈধতাক সমৰ্থন জনায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে
উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ বৈধতাৰ বাহাল ৰাখে
SC UPHOLDS SECTION 6A OF CITIZENSHIP ACT
