ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণ আৰু ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত চৰকাৰৰ নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা মতাদৰ্শই হৈছে সাধাৰণ অৰ্থত, ধৰ্মনিৰপেক্ষতা। ইয়াৰ বিস্তৃতভাৱে দুটা অৰ্থ আছেঃ ৰাষ্ট্ৰৰ পৰা ধৰ্মৰ পৃথকীকৰণ; অৰ্থাৎ, ধৰ্ম নিৰপেক্ষতা। ৰাষ্ট্ৰৰ দ্বাৰা সকলো ধৰ্মৰ প্ৰতি সমান সন্মান; অৰ্থাৎ, সৰ্ব
ধৰ্মনিৰপেক্ষতা
SECULARISM
