কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যম আৰু অ’টিটি প্লেটফৰ্মৰ বাবে কঠোৰ নিয়মাৱলীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংসদীয় স্থায়ী কমিটীক বিষয়টো সন্দৰ্ভত অগ্ৰাধিকাৰ দিবলৈ আৰু সামাজিক ঐক্যমত গঢ়ি তুলিবলৈ আহ্বান জনায়। সামাজিক মাধ্যম আৰু অ’টিটি প্লেটফৰ্মত কঠোৰ
সামাজিক মাধ্যম (SOCIAL MEDIA) আৰু অ’টিটি (OTT) নিয়ন্ত্ৰণ
SOCIAL MEDIA AND OTT REGULATION
