উপগ্ৰহীয় মহাকাশ আৱৰ্জনা (Satellite Space Junk) পৰিৱেশ-প্ৰতিকূল কিয় ? গুৰুত্বপূৰ্ণ উদ্বেগ ২০৩০ চনৰ ভিতৰত মহাকাশলৈ প্ৰেৰিত উপগ্ৰহৰ সংখ্যাই ১,০০,০০০ৰ সীমাৰেখা অতিক্ৰম কৰিব পাৰে, বেছিভাগ উপগ্ৰহ বায়ুমণ্ডলত পুনৰ্প্ৰৱেশৰ (reentry) সময়ত জ্বলি প্ৰদূষক মুকলি কৰে। নিৰ্গত প্ৰদূষকবোৰে বায়ুমণ্ডলৰ ওপৰভাগৰ ক্ষতিসাধন কৰি পাৰিপাৰ্শ্বিক
মহাকাশ আৱৰ্জনা
SPACE JUNK
