উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰক চাৰি বছৰৰ কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদ (IJC) ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় ব্যৱস্থাত (UN’s internal justice system) দায়বদ্ধতা, স্বাধীনতা আৰু পেছাদাৰীত্ব নিশ্চিতকৰণৰ সংস্কাৰৰ অংশ
ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ন্যায় পৰিষদ
UNITED NATIONS INTERNAL JUSTICE COUNCIL (IJC)
