বিশ্ববিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ ইডিওপেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (Idiopathic Pulmonary Fibrosis (IPF)) ৰোগত ছান ফ্ৰান্সিস্কোত ইহলীলা সম্বৰণ কৰে। জাকিৰ হুছেইনঃ ১৯৫১ চনৰ ৯ মাৰ্চত ভাৰতৰ মুম্বাইত তেওঁ জন্মগ্ৰহণ কৰিছিল। পৰিয়াল আৰু বংশমূল : তেওঁ কিংবদন্তি তবলা বাদক ওস্তাদ আল্লা
ওস্তাদ জাকিৰ হুছেইন
USTAD ZAKIR HUSSAIN
