LA NINA’S IMPACT ON AIR QUALITY
Link between La Niña, Climate Change, and Air Quality Research from the National Institute of Advanced Science (NIAS) shows that La Niña and climate change are closely linked to air quality. Last winter (2022-23) saw Delhi experiencing its best air
পূৰ্ণানন্দ বুঢ়াগোহাঁই
(Purnananda Burhagohain)
আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী পিতৃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত ১৭৮২ চনৰ এপ্ৰিল মাহত পূৰ্ণানন্দ ডাঙৰীয়াই ‘বুঢ়াগোহাঁই’ হিচাপে নিযুক্তি লাভ কৰে।পূৰ্ণানন্দ বুঢ়াগোহাঁই ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈকে প্ৰায় ৩৪বছৰ কাল আহোম ৰাজ্যৰ বুঢ়াগোহাঁই (প্ৰধানমন্ত্ৰী) পদত অধিষ্ঠিত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই (Purnananda Burhagohain)
কলীয়া ভোমোৰা বৰফুকন
(Kolia Bhomora Borphukan)
কলীয়া ভোমোৰা বৰফুকন (Kolia Bhomora Borphukan) পৰিচয় স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত কলীয়া ভোমোৰাই ‘ বৰফুকন’ৰ বিষয়বাব লাভ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল গেন্ধেলা।প্ৰথম অৱস্থাত তেওঁ আহোম ৰজাৰ ৰাজখোৱা ৰূপে সেৱা আগবঢ়াইছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সাহসেৰে যুঁজ দিছিল। বদন চন্দ্ৰ
ড॰ ভূপেন হাজৰিকা
(Dr. Bhupen Hazarika)
ড॰ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika) ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰ তেওঁ এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক ৰূপেও পৰিচিত । কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো
বাহাদুৰ গাঁওবুঢ়া
(Bahadur Gaonburah)
বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah) বাহাদুৰ গাঁওবুঢ়া (Bahadur Gaonburah) ৰ পৰিচয় বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ জন্ম হৈছিল ১৮১৯ চনত। বাহাদুৰ গাঁওবুঢ়াৰ প্ৰকৃত নাম আছিল শ্বেইখ বাহদিল। তেওঁৰ পিতৃৰ নাম আছিল তবৰোজ গাঁওবুঢ়া। অসমৰ পশ্চিম ফালৰপৰা আহি
বীৰ চিলাৰায়
(Bir Chilarai)
বীৰ চিলাৰায় (Bir Chilarai) ৰ পৰিচয় অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ চিলাৰায়ৰ জন্ম হৈছিল ১৫১০ খৃষ্টাব্দত। অসাধাৰণ বীৰত্বৰ অধিকাৰী চিলাৰায়ে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ
দক্ষিণপাট সত্ৰ
(Dakhinpat Satra)
দক্ষিণপাট সত্ৰ (Dakhinpat Satra) প্ৰতিষ্ঠাকাল আৰু নামকৰণ মাজুলীৰ দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। এই সত্ৰৰ শিষ্যৰ সংখ্যা বাকী ৰাজসত্ৰকেইখনৰ ভিতৰত আটাইতকৈ বেছি। এই সত্ৰভাগ আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। জয়ধ্বজসিংহই
গড়মূৰ সত্ৰ
(Garmur Satra)
গড়মূৰ সত্ৰ (Garmur Satra) গড়মূৰ সত্ৰৰ প্ৰতিষ্ঠা গড়মূৰ সত্ৰ (Garmur Satra) অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। ৰাজ পৃষ্ঠপোষকতাৰ দিশৰ পৰা তৃতীয় শাৰীৰ যদিও স্থাপনৰ কাল হিচাপে এই সত্ৰৰ স্থান দ্বিতীয়। ১৬৫৬ খ্ৰীষ্টাব্দত গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰা হয়। সত্ৰৰ