Read our Latest Articles

চন্দ্ৰধৰ বৰুৱা
(Chandradhar Barua)

চন্দ্ৰধৰ বৰুৱা (Chandradhar Barua) উনবিংশ শতিকাত যিসকলে বৰেণ্য সাহিত্যিকে অমূল্য সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সংস্কৃতিক চহকী কৰি গৈছে তেখেতসকলৰ ভিতৰত অন্যতম চন্দ্ৰধৰ বৰুৱা।১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী আছিল। চন্দ্ৰধৰ বৰুৱা (Chandradhar

Continue Reading →

পদ্মনাথ গোহাঞিবৰুৱা
(Padmanath Gohain Baruah)

পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) আধুনিক অসমীয়া সাহিত্য জগতৰ অন্যতম প্ৰাত: স্মৰণীয়  ব্যক্তি পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah)। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতিৰ পদ অলংকৃত কৰা পদ্মনাথ গোহাঞিবৰুৱাই অৰ্ধ শতাব্দীৰো অধিক কাল অসমীয়া সাহিত্যৰ একান্ত সেৱকৰূপে আত্মনিবেদন কৰি গ’ল।

Continue Reading →

ৰঘুনাথ চৌধাৰী
(Raghunath Choudhary)

ৰঘুনাথ চৌধাৰী (Raghunath Choudhary) ৰঘুনাথ চৌধাৰী অসমীয়া কাব্য সাহিত্যৰ জগতৰ এক  উজ্বল নক্ষত্ৰ।  জোনাকী যুগৰ ত্ৰিমূৰ্তিয়ে জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যৰ জগতত যি নব্য-দৃষ্টিভংগীৰ আমদানি কৰিছিল, সেই নব্যধাৰাৰ উত্তৰসুৰী সকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম আছিল। অসমীয়া ৰমন্যাসিক কবিতাৰ জগতখনলৈ তেওঁৰ

Continue Reading →

শৰৎ চন্দ্ৰ সিংহ
(Sarat Chandra Sinha)

কুৰি শতিকাৰ অসমৰ ৰাজনীতিত এজন ধীৰ, স্থিৰ আৰু নিকা ভাবমূৰ্তিৰ জননেতা আছিল শৰৎ চন্দ্ৰ সিংহ। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সুদীৰ্ঘ প্ৰায় ছটা দশকজুৰি বটবৃক্ষৰ ভুমিকা লৈ এক জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল শৰৎ চন্দ্ৰ সিংহ। অতি সাধাৰণ অৱস্থাৰ পৰা আহি কঠিন সংগ্ৰামৰ

Continue Reading →

বিষ্ণু প্ৰসাদ ৰাভা
(Bishnu Prasad Rabha)

অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয় বিষ্ণু প্ৰসাদ ৰাভা। তেখেত আছিল মানৱতাৰ পূজাৰী,মানুহৰ শিল্পী আৰু এগৰাকী আজন্ম শিল্পী। তেওঁ আছিল সীমাহীন সৃজনীশীল কৰ্মৰ অফুৰন্ত ভাণ্ডাৰ। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভা এগৰাকী আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্য কলা বিশাৰদ, নাট্যকাৰ,

Continue Reading →
1 106 107 108